সাধাৰণ আপেক্ষিকতাবাদসাধাৰণতঃ

সাধাৰণ চিকিৎসক (Assamese) [ Roman: xa.dha.ron si.kit.xok]
Contributed by: Partha P Sarmah on 2011-09-20
1. Medical Science(Common Noun-Common &/or Masculine) a non-specialist doctor of medicine and surgery who usually treats people for most general ailments. They are the usually first to diagnose a disease and then refer the patients to specialists concerned. সাধাৰণ বেমাৰ-আজাৰ বা জটিল ৰোগতো প্ৰাৰম্ভিক চিকিৎসা দিব পৰা অবিশেষজ্ঞ চিকিৎসক৷ তেওঁলোকে বেমাৰ চিনাক্ত কৰি প্ৰয়োজনীয় বিধান দিয়াৰ লগতে আৱশ্যক অনুসৰি ৰোগীক বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ পঠিয়াই৷